← ফুৰি যাওক

উচাদ

ucāda

অৰ্থ

1.

আনৰ কথা ভঙ্গ কৰা; অমান্য বা অবাধ্য আচৰণ

disrespect or disregard of what others say

বি.

2.

উচ্ছেদ কৰা; নমনা; যেনে-"বালা পাইয়া মাব যেনে উচাদস মোক" (বিৰাট-পৰ্ব্ব)।

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উচাদ · অসমীয়া অভিধান