← ফুৰি যাওক

উচাল

ucāla

অৰ্থ

1.

[সং. উচ্চালয়তি সক. ধা. ওপৰলৈ দাঙি ধৰ্; উজাল

to raise up

2.

উজাল; অলপ ওপৰলৈ দঙা কাৰ্য্য; উচাল মাৰ্ ওপৰলৈ গাটো জোঁকাৰ মাৰি উঠ্।

বি.

3.

উজাল মাৰ্; লঠীয়াৰে চঁত কৰে ওপৰলৈ দাঙি ধৰ্

to force up; to raise up by a sudden pull or jerk

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ