← ফুৰি যাওক

উচলা-দঁতা

u.so.la-do~.ta

অৰ্থ

1.

যাৰ ওপৰৰ পাৰি দাঁত আগলৈ ওলোৱা৷

One who`s front teeth of the upper jaw is upraised.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উচলা-দঁতা · অসমীয়া অভিধান