← ফুৰি যাওক

উচিত

ucita

অৰ্থ

1.

যুগুত; ন্যায়; যুক্তিসিদ্ধ

just; right; reasonable

বিণ.

2.

উপযুক্ত; কৰিব লগীয়া; কৰ্ত্তব্য

appropriate; suitable; fit

বিণ.

3.

যথাৰ্থ

real

বিণ.

4.

ন্যায়

propriety; reasonableness

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ