← ফুৰি যাওক

উচা

ucā

অৰ্থ

1.

প্ৰশংসাত মন ওফন্দি উঠা ভাব

elation due to praise

বি.

2.

ৰাজমিস্ত্ৰীয়ে বিলাতী মাটি লগাই তাক মিহি কৰা, দুই মূৰ জোঙা এচলি সৰু কাঠ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ