কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খোপনিNoun
নিপিছলিবলৈ খোপত ভৰি দিয়া কাৰ্য্য; পিছল নেখাবলৈ ভৰিৰ আঙুলিৰে মৰা টিপা বা হেঁচা
the act of pressing with the toes to avoid slipping
- খোপনি পাতkho`.po.ni patVerb-Trans.
ভালকৈ ৰাখ্ বা যেনে হ’ব লাগে তেনে কৰ্
to become in proper order or to deal with in proper manner
- খোপাkhopāNoun
চুলি গোটাই মূৰত বা গলধনত দিয়া গাঁঠি; মূৰত বন্ধা চুলিৰ গাঁঠি
a knot of hair tied on the head
- খোপ্Intransitive verb
খোপনি পোত ্; চেলু চাই ভৰি পেলা; সাবধানে খোজ দি; যেনে-"খুপি খুপি যাবাঁ"
to walk cautiously; to press the toes to avoid slipping
- খোবাkhobāNoun
খবুবা।
- খোবা দি
পাৰি দি।
- খোবা-কামোৰাkhobā-kāmorāNoun
দন্দ্-খৰিয়াল, হিংসা-হিংসি; বিবাদ
a quarrel
- খোবা-খুইkhobā-khuiNoun
একে সঙ্গত খোবা-বোবা কাৰ্য্য; এজনে আনজনৰ লগত ভোজন কৰা কাৰ্য্য
the act of taking meals in one another's company or house
- খোবা-খুবীkhobā-khubīNoun
খোবা নামে মতা আৰু খুবী নামে মাইকী-এহাল ভূত-ভুতুনী [শিবই নিজে কৰা খেতি চাবলৈ তেওঁ পাৰ্ব্বতীক নিষেধ কৰিছিল; তাকে নেমানি পাৰ্ব্বতীয়ে গৈ খেতি চাই আচৰিত হৈ "উস্, আহ্" কৰিলত তাৰেপৰা খোবা-খুবী ওলাই খেতিডৰা পুৰি উচ্ছন্ন কৰিলে বুলি "ভীম- চৰিত" পুথিত লিখা আছে; পাছে-মহাদেবৰ বৰত এই খোবা-খুবীয়ে নকৈ বিয়া হোবা দৰা-কনিয়াৰ গাত সোমাই অনিষ্ট কৰে বুলি মানুহে বিশ্বাস কৰে; তাকে খণ্ডাবৰ কাৰণে বিয়াৰ তিনি দিনৰ মূৰত খোবা-খুবী সবাহ কৰে। ইয়াকে মুখ লগাও বোলে আৰু খোবা-খুবী সবাহ কৰি মুখ ভাঙে।]
a couple of demons (male and female) supposed to possess the power of causing evil specially to a newly married couple
- খোবা-ধোবাkhobā-dhobāNoun
গা-পা ধোবা আৰু খোবা-বোবা কাৰ্য্য।
- খোবা-বোবাkhobā-bobāNoun
ভাত-পানী আদি খোবা কাৰ্য্য
the act of eating and drinking
- খোবা-লোবাkhobā-lobāNoun
এজনে আনজনৰ লগত কৰা আহাৰাদিৰ ব্যবহাৰ; সংসৰ্গ
the act of taking food from each other's hands or joining at meals; social intercourse
- খোবানীkhobānīNoun
কাবুল আদি দেশৰ এবিধ শুকান বগৰী
dried apricot; Prunus armeniaca
- খোবাৰkhobāraNoun
জন্ত্ত আটককৈ ৰখা স্হান
cattle pound
- খোলkholaNoun
গাঁত; দ ঠাই
a cavity; a hollow
- খোলকkho’.lokMaterial Noun
শামুক, কাছ আদি জন্তুৰ শৰীৰৰ বাহিৰৰ কঠিন আৱৰণ
the hard outer covering of an animal, like snail, tortoise etc
- খোলকীkho`.lo.kiCommon Noun
পৰিস্কাৰ পানী, মাটি অথবা সমুদ্ৰত থকা টান খোলাৰে আবৃত্ত এবিধ কোমলদেহী জীৱ ৷
Freshwater or marine or terrestrial gastropod mollusk usually having an external enclosing spiral shell.
- খোলনিkholaniNoun
কাঠ আদি গোটা বস্ত্তত খলি কৰা গাত, বিন্ধা বা লোৰ; যেনে-"টোলোঠাৰ খোলনি; চতিৰ খোলনি"
a hollow or groove made in timber, etc.,; a mortise
- খোলাkholāNoun
কোনো কোমল বস্ত্ত বেৰি থকা টান আবৰণ বা ঢাকনি; যেনে-"মূৰৰ খোলা; কণীৰ খোলা; নাৰিকলৰ খোলা; "
a skull; a shell
- খোলা-খুলিkholā-khuliAdjective
স্পষ্ট; ভালকৈ প্ৰকাশ কৰা; একণিকে ঢাকচুক নথকা
fully divulged; clearly expressed without any reservation