← ফুৰি যাওক

খোলা

kholā

অৰ্থ

1.

কোনো কোমল বস্ত্ত বেৰি থকা টান আবৰণ বা ঢাকনি; যেনে-"মূৰৰ খোলা; কণীৰ খোলা; নাৰিকলৰ খোলা; "

a skull; a shell

বি.

2.

খোবা বস্ত্ত ভজা মাটি আদিৰ মেলাহি পাত্ৰ বা তাৰ ভগা এক খণ্ড

an earthen frying or roasting pan or a broken part of it

বি.

3.

খলা

a place cleaned for use as a ground for cooking, thrashing grain, etc.

বি.

4.

ওনা; এবাৰতে ভাজিব বা পগাব পৰা খোবা বস্ত্ত

as much as can be fried or boiled at a time on a pan

বি.

5.

মুকলি; উন্মুক্ত।

বিণ.

6.

উলিয়া আচল বা সাৰ বস্ত্ত খাই নাইকিয়া কৰ্; ধ্বংস কৰ্; নাশ কৰ্

to ruin; to destroy

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ