← ফুৰি যাওক

খোবা-লোবা

khobā-lobā

অৰ্থ

1.

এজনে আনজনৰ লগত কৰা আহাৰাদিৰ ব্যবহাৰ; সংসৰ্গ

the act of taking food from each other's hands or joining at meals; social intercourse

বি.

2.

মতা-তিৰোতাৰ সংসৰ্গ বা সহবাস

sexual intercourse

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ