← ফুৰি যাওক

খোল

khola

অৰ্থ

1.

গাঁত; দ ঠাই

a cavity; a hollow

বি.

2.

কলা-পটুবাৰপৰা কৰা গোটোং পাত্ৰ; ডোং; দনা

a deep plate made from the sheath of a plantain tree

বি.

3.

গোটা কাঠ খুলি ফোপোলা কৰি দুই মূৰ চালেৰে ছোবা এবিধ হাতেৰে বজোবা বাদ্য

a kind of drum

বি.

4.

মাজ-দ; গোটোং

hollow

বিণ.

5.

ৰণত অঙ্গ ঢকা এবিধ গোটোং আবৰণ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ