← ফুৰি যাওক

খোবা

khobā

অৰ্থ

1.

খবুবা।

বি.

2.

নৈৰ এপাৰৰপৰা আন পাৰলৈ কৰা গতি

the act of rowing across a river towards its opposite bank

বি.

3.

(বিশেষ্য শব্দৰ পাছত যোগ হ'লে) খাওঁতা, উপভোগ বা দখল কৰোঁতা; যেনে-শদিয়া-খোবা, ৰাজখোবা

an enjoyer; a possessor

বি.

4.

ভোজন বা ভোগ কৰা কাৰ্য্য। বিণ. যাক ভোজন বা ভোগ কৰা হৈছে

eaten; enjoyed; possessed

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খোবা · অসমীয়া অভিধান