কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপায়upāẏaNoun
যাৰ দ্বাৰা কোনো কাৰ্য্য সংপন্ন বা সিদ্ধি কৰা হয়
means
- উপায় নেপাইu.pai ne.paiAdverb
অন্য গতি বা উপায় নথকাত ৷
having no other means or alternative.
- উপায়নupāẏanaNoun
যি বস্ত্ত দিয়া বা পঠিওবা হয়; উপহাৰ; ভেটি; যেনে -"নানা উপায়ন সন্দেশ ধৰি সবে প্ৰবেশে নন্দকু ঘৰ" (বৰগীত)।
- উপায়বিহীনu.pay.bi.hinProper Adj.
ৰক্ষা বা সহায়ৰ আশা নোহোৱা হৈ যোৱা |
Lacking help or protection, having no way.
- উপায়হীনAdjective
নিৰুপায়
without means; helpless
- উপায়হীন হu.pay.hin hoVerb-Intran.
কোনো বস্তু পাবৰ বা কোনো কাৰ্য্য কৰিবৰ উপায় নষ্ট হ
to lack help or protection, have no way.
- উপায়ান্তৰNoun
আন উপায়
any other means; an alternative
- উপায়ুক্তu.pa.yuk.toCommon Noun
ভাৰত সহিতে আন কিছুমান দেশত থকা জিলাৰ প্ৰধান প্ৰশাসনিক বিষয়া ৷ তেখেত জিলাৰ প্ৰধান কৰ বিষয়া ৷
The head of the district administration in India and some other territories. The Deputy Commissioner is the Chief Revenue Officer as District Collector and is responsible for collection of Revenue and other government dues recoverable as arrears of Land Revenue. He deals with the Natural Calamities like draught, unseasonal rains, hailstorms, floods and fire etc.
- উপাৰিupāriIntransitive verb
উৎপাৰি; উভালি; যেনে-"পৰম দুৰ্জ্জয় বলে বীৰ্য্যে অতিচাৰ। পৰ্ব্বতক উপাৰিয়া কৰন্ত প্ৰহাৰ" (মা. আদিকাণ্ড)
digging up; uprooting
- উপাৰ্জনupārjanaNoun
অৰ্জ্জন; ঘটন; অৰ্জ্জা কাৰ্য্য
the act of earning
- উপাৰ্জন কৰ্u.par.jon korVerb-Trans.
নিজৰ জীৱিকাৰ জৰিয়তে ধন গোটা
to obtain money by means of one's livelihood
- উপাৰ্জ্জনupārjjanaNoun
অৰ্জ্জন; ঘটন; অৰ্জ্জা কাৰ্য্য
the act of earning
- উপাৰ্জ্জিতAdjective
অৰ্জ্জা; ঘটা; শ্ৰমেৰে লাভ কৰা
earned; acquired
- উপেক্ষাupekṣāNoun
তুচ্ছ জ্ঞান; অনাদৰ; ঘৱণা
contempt; disregard; indifference
- উপেক্ষা কৰ্u.pe.khya korVerb-Trans.
ইচ্ছাকৃতভাৱে কোনো বিষয় বা প্ৰশ্নৰ পৰা এৰাই চল্
to intentionally avoid an issue or a question
- উপেক্ষিতAdjective
অবহেলিত; অনাদৱত; . যেনে-শুনি আছো তোহোৰ যতেক উপেক্ষিত। হনুমন্তে সব কথা কৰিলা বিদিত (মা. ক. কিষ্কিন্ধ্যাকাণ্ড)।
neglected; slighted
- উপেখি
ত্যাগ কৰি।
- উপেন্দ্ৰupendraNoun
ইন্দ্ৰৰ পাছত অদিতিৰ গৰ্ভত ওপজা বামন
the dwarf incarnation of Viṣṇu
- উপোদঘাটu.po`d.ghatAbstract Noun
কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো
the time at which something is brought in action or the act of bringing something into action
- উপ্লুঙাupluṅāAdjective
পাতল; মানিবৰ অযোগ্য; পদাৰ্থ বা মূল নথকা; যেনে-"উপলুঙা কথা"
not weighty; worthless; baseless