← ফুৰি যাওক

উপাৰ্জ্জন

upārjjana

অৰ্থ

1.

অৰ্জ্জন; ঘটন; অৰ্জ্জা কাৰ্য্য

the act of earning

বি.

সমাৰ্থক শব্দ

2.

পৰিশ্ৰম কৰি পোবা উৎপন্ন বা লাভ

earnings

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ