← ফুৰি যাওক

উপ্লুঙা

upluṅā

অৰ্থ

1.

পাতল; মানিবৰ অযোগ্য; পদাৰ্থ বা মূল নথকা; যেনে-"উপলুঙা কথা"

not weighty; worthless; baseless

বিণ.

2.

উপৰুবা; আচল বা স্বৰূপ নোহোবা; যেনে-"উপলুঙা নাম"

additional; not real

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপ্লুঙা · অসমীয়া অভিধান