← ফুৰি যাওক

উপায়

upāẏa

অৰ্থ

1.

যাৰ দ্বাৰা কোনো কাৰ্য্য সংপন্ন বা সিদ্ধি কৰা হয়

means

বি.

2.

চেষ্টা

effort

বি.

3.

বন- বস্ত্ত

property

বি.

4.

কৈশল

expedient; device

বি.

5.

প্ৰতিকাৰ; যেনে-"এনে ৰোগৰ উপায় নাই"

remedy; redress

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপায় · অসমীয়া অভিধান