← ফুৰি যাওকউপাৰ্জনupārjanaঅৰ্থ1.অৰ্জ্জন; ঘটন; অৰ্জ্জা কাৰ্য্যthe act of earningবি.সমাৰ্থক শব্দউপাৰ্জ্জন · upārjjana2.পৰিশ্ৰম কৰি পোবা উৎপন্ন বা লাভearningsবি.সমাৰ্থক শব্দউপাৰ্জ্জন · upārjjanaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ