← ফুৰি যাওক

উপেক্ষা

upekṣā

অৰ্থ

1.

তুচ্ছ জ্ঞান; অনাদৰ; ঘৱণা

contempt; disregard; indifference

বি.

2.

এৰা; ত্যাগ

abandoment

বি.

3.

অপেক্ষা; ৰোবা; বাট চোবা

act of waiting; delaying

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ