কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপাক-পাকupāka-pākaNoun
বিমোৰ; পাকৰ ওপৰতে পাক; গাঁঠি; টান পাক; জঞ্জাল
a complication; confusion; the state of being involved in a difficulty
- উপাকৰণu.pa.ko.ronAbstract Noun
কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো
the time at which something is brought in action or the act of bringing something into action
- উপাখ্যানupākhyānaNoun
পুৰণি সঁচা কথাৰ বিবৰণ
a historical narrative
- উপাগতu.pa.go.toProper Adj.
কোনো সময়ত কোনো স্থানত থকা অৱস্থা৷
being available at given time at given place
- উপাঙ্গupāṅgaNoun
অঙ্গৰ অঙ্গ; সৰু অঙ্গ
a minor limb; a part of a limb
- উপাচাৰ্যupācāryaNoun
প্ৰধান আচাৰ্য্য; সহকাৰী আচাৰ্য্য বা শিক্ষক।
- উপাচাৰ্য্যu.pa.sar.jyoCommon Noun
বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক মুৰব্বী
the academic and administrative head of a university who is responsible for running the university(Chancellor is only a ceremonial head)
- উপাচাৰ্ষ্যupācārṣyaNoun
প্ৰধান আচাৰ্য্য; সহকাৰী আচাৰ্য্য বা শিক্ষক।
- উপাত্তAbstract Noun
সংখ্যা বা গদ্য ৰূপে সংগৃহীত সত্য কথা, যাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল’ব পাৰি
a collection of facts in the form of numbers or texts from which conclusions may be drawn
- উপাদানupādānaNoun
কোনো বস্ত্তৰ মূল কাৰণ; বস্ত্তৰ মূল পদাৰ্থ; যি বস্ত্ত পৰিণত হৈ আন এটা বস্ত্তৰ সৱষ্টি হয়; যেনে-"ঘটৰ উপাদান মাটি"
matter; the material or elementary cause
- উপাদেয়
যাক লোবা উচিত; ল'বৰ যোগ্য বা উপযুক্ত; অতি উত্তম
fit to be taken; excellent
- উপাধানupādhānaNoun
য'ত মূৰ ৰখা হয়; গাৰু
a pillow
- উপাধিupādhiNoun
জাতি, কৰ্ম্ম, বংশ বা বিদ্যাৰ পৰিচয় দিয়া নাম
a degree; a patronymic
- উপাধি-শূন্যu.pa.dhi-xu.nyoVerbal Adj.
প্ৰয়োজনীয় বিশিষ্ট গুণ নথকা।
lack of quality or essential distinctive characteristics.
- উপাধিকupādhikaAdjective
অতিৰিক্ত, বেছি, শ্ৰেষ্ঠ; যেনে -"বৈজয়ন্তী নামে আছে ইন্দ্ৰৰ ওবাৰি। তাতো উপাধিক আক বুলিবাক পাৰি" (মা. ক. সুন্দৰাকাণ্ড)
exceeding; additional; superior
- উপাধ্যক্ষupādhyakṣaNoun
সহকাৰী অধ্যক্ষ
vice-chairman
- উপাধ্যায়upādhyāẏaNoun
শিক্ষক; অধ্যাপক; পঢ়াওঁতা
a literary teacher
- উপানহu.pa.nohMaterial Noun
ৰছী বা ফিটাৰ সহায়ত ভৰিত পিন্ধা, ওপৰৰ ফালে খোলা এবিধ জোতা।
a shoe with a sole and worn with the help of strings or thongs attached to it.
- উপান্তupāntaAdjective
প্ৰায় অন্ত হোবা; নষ্ট; উচ্ছন্ন
ruined; laid waste; lost
- উপান্ত্যu.pan.tyoAdjective Adj.
শেহৰটোৰ ঠিক আগৰটো।
just before the last one.