← ফুৰি যাওক

উপাঙ্গ

upāṅga

অৰ্থ

1.

অঙ্গৰ অঙ্গ; সৰু অঙ্গ

a minor limb; a part of a limb

বি.

2.

বেদৰ অঙ্গৰ নিচিনা শাস্ত্ৰ [মীমাংসা, সাংখ্য, বেদান্ত, যোগ, ন্যায় আৰু বৈশেষিক, এই ছখন দৰ্শনক বেদৰ উপাঙ্গ বোলে]

the six systems of Indian philosophy

বি.

3.

অঙ্গত লোবা বা প্ৰয়োগ কৰা বস্ত্ত, অঙ্গত লগোবা চিহু-ললাটৰ চন্দন, ফোঁট, হাতৰ গদা, খড্গ ইত্যাদি যেনে-"শিঙ্গা উপাঙ্গ বেণু মুহ বাজত, হেৰি গোবাল ভুলাবত ৰে" (ভটিমা)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপাঙ্গ · অসমীয়া অভিধান