← ফুৰি যাওক

উপাদান

upādāna

অৰ্থ

1.

কোনো বস্ত্তৰ মূল কাৰণ; বস্ত্তৰ মূল পদাৰ্থ; যি বস্ত্ত পৰিণত হৈ আন এটা বস্ত্তৰ সৱষ্টি হয়; যেনে-"ঘটৰ উপাদান মাটি"

matter; the material or elementary cause

বি.

2.

গ্ৰহণ; লোবা; যেনে-"শুনন্নতে আছন্ত কৈত পুৰণি; কৰন্ত কৈত অৰ্থ-উপাদান" (কীৰ্ত্তন)

a receiving or taking

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপাদান · অসমীয়া অভিধান