← ফুৰি যাওক

উপাখ্যান

upākhyāna

অৰ্থ

1.

পুৰণি সঁচা কথাৰ বিবৰণ

a historical narrative

বি.

2.

সঁচা বা মনে সজা সাধু কথা

a moral tale; a story

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপাখ্যান · অসমীয়া অভিধান