← ফুৰি যাওক

উপাক-পাক

upāka-pāka

অৰ্থ

1.

বিমোৰ; পাকৰ ওপৰতে পাক; গাঁঠি; টান পাক; জঞ্জাল

a complication; confusion; the state of being involved in a difficulty

বি.

2.

বৰকৈ মেৰ বা পাক খোবা; অঁকোবা-পকোবা

complicated; involved

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ