উপাধি
upādhi
অৰ্থ
1.
জাতি, কৰ্ম্ম, বংশ বা বিদ্যাৰ পৰিচয় দিয়া নাম
a degree; a patronymic
বি.
2.
খিতাপ; সম্মান বুজোবা নাম
an appellation of honour; a title
বি.
3.
আবৰণ; মোহ; মায়া; যেনে-"উপাধি গুচিলে অবিদ্যায়ে বিদ্যা হুই" (মিশ্ৰ-গীতা)।
limitation (in philosophy)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ