← ফুৰি যাওক

হঁয়ক'লী

ham̐ẏaka'lī

অৰ্থ

1.

কইৰা চৰাই [ইয়াৰ মাতটো তলত দিয়া দৰে শুনি -"হঁয় ক'লী, হঁয় ক'লী, এপুৰা ধান কি কৰিলি, কি কৰিলি? পোবে খালে জীবে খালে, থাক থাক থাক।' মতা-মাইকীৰ ভিতৰত এনে কথা হয় বুলি মানুহে ভাবে।]

the partridge

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হঁয়ক'লী · অসমীয়া অভিধান