হ
ha
অৰ্থ
1.
বৰ্ণমালাৰ তেত্ৰিশ সংখ্যাৰ আখৰ
thirty-third letter of the consonants
2.
উৎপন্ন হ; ওপজ্; জন্ম ল বা ধৰ্
to be born or produced
অক. ধা.
3.
সম্পূৰ্ণ অবস্হা পা; শেষ পা
to be finished
অক. ধা.
4.
কোনো বিশেষ অবস্হা বা পদ পা
to become
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ