← ফুৰি যাওক

হঁকয়া

ham̐kaẏā

অৰ্থ

1.

হৈয়া; একতীয়া; হেলনীয়া; এফাললৈ ঢাল লোবা

oblique; aslant

বিণ.

সমাৰ্থক শব্দ

2.

কেয়োফালে থিয় বা পোন নোহোবা

not rectangular

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হঁকয়া · অসমীয়া অভিধান