হঁহুবা
অৰ্থ
1.
আনৰ হাঁহি তোল্
to cause to laugh
সক. ধা.
2.
হাঁহিয়াতৰ পাত্ৰ কৰ্
to cause to be laughed at; to put to shame
সক. ধা.
3.
খেৰৰ ঘৰ ছাই মুধচৰ ওচৰত বন্ধা তমাল; যেনে-"হঁহুবা বান্ধিবৰ হ'ল"
a bamboo lath tied with the roof when thatching is finished
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ