কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চানা-কচুcānā-kacuNoun
এবিধ কচু
a kind of wild poisonous arum
- চানাইcānāiNoun
কালিৰ নিচিনা মুখেৰে ফুঁ দি বজোবা এবিধ বাদ্য-যন্ত্ৰ
a kind of flute
- চানাচুৰsa.na.surMaterial Noun
তেলত ভজা বাদাম, চানা, দালমুট আদিৰ লগত কেচা পিঁয়াজ, জলকীয়া, তেল, নিমখ আদি মিহলাই প্ৰস্তুত কৰা এবিধ মুখৰোচক পাতলীয়া খাদ্য৷
a mixture prepared from deep fried peanuts etc. along with green chilly, salt, oil and such other stuffs.
- চানুৰমৰ্দনsa.nu.ro.mor.donProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- চানেকিcānekiNoun
কাপোৰত বাছিবলৈ বা তুলিবলৈ কৰা ফুলৰ আৰ্হি
a pattern
- চানেকীcānekīNoun
কাপোৰত বাছিবলৈ বা তুলিবলৈ কৰা ফুলৰ আৰ্হি
a pattern
- চান্cānTransitive verb
ঢাকি ধৰ্; পূৰ্ণ কৰ্; বিয়প্; যেনে-"শৰ বৰষিয়া সব চানিলা আকাশ" (মা. ক., লঙ্কাকাণ্ড)
to fill; to cover up
- চান্কিcānkiNoun
কোনো ধাতুৰ পাত্ৰৰ কেন্দ্ৰ স্হানৰ চাৰিওফালে ঘূৰণীয়াকৈ কটা বা অঁকা চকৰ
the small circular line or lines engraved on metal plates, etc.
- চান্দcāndaNoun
চন্দ্ৰ; জোন
the moon
- চান্দডুবিsan.du.biProper Noun
কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উল্লেখযোগ্য হ্ৰদ৷
A lake in Kamrup district in southern bank of Brahmaputra
- চান্দমাৰিsand.ma.riProper Noun
কাঁড়, বন্দুক আদি মাৰিবলৈ হাত পোনাবৰ বাবে পাতি লোৱা লক্ষ্য ।
A range where people can practice shooting rifles.
- চান্দাcāndāNoun
বৰঙণি
subscription
- চান্দা দেsan.da deVerb-Intran.
কিবা এটা ভাল কামৰ বাবে টকা-পইছা অথবা আন সহায় আগবঢ়া ৷
To give a part to a common stock; to lend assistance or aid, or give something, to a common purpose; to have a share in any act or effect.
- চান্দা-ভাহাcāndā-bhāhāAdjective
ভাগ্য-চন্দ্ৰ নষ্ট হোবা; বৰ দুৰ্ভগীয়া
very unfortunate (said of luck)
- চান্দীcāndīNoun
ৰূপ
silver
- চান্দোcāndoNoun
প্ৰাচীন কাহিনীমতে সৰ্পদেবী মনসাৰে সৈতে বিবাদ কৰা এজন সদাগৰ; চান্দোৰ ডিঙা ধুবুৰীৰ
- চান্দ্cāndIntransitive verb
গোপনে কোনো কাৰ্য্য কৰিবলৈ চল্ চা; ছেগ চা
to seek an opportunity
- চান্দ্ৰcāndraNoun
চন্দ্ৰ-সম্বন্ধীয়
lunar
- চান্দ্ৰ চক্ৰNoun
চান্দ্ৰ চক্ৰ
চান্দ্ৰ চক্ৰ
- চান্দ্ৰ মাহsan.dro mahAbstract Noun
এটা অমাৱস্যাৰ পৰা আনটো অমাৱস্যাৰ মাজৰ সময় - ২৯ দিন, ১২ ঘণ্টা, ৪৪ মিনিট৷
The time period from one no-moon day to another - 29 days 12 hours 44 minutes