← ফুৰি যাওকচানেকিcānekiঅৰ্থ1.কাপোৰত বাছিবলৈ বা তুলিবলৈ কৰা ফুলৰ আৰ্হিa patternবি.সমাৰ্থক শব্দচানেকী · cānekī2.যি বস্ত্তক চাই আন এটা সজা যায়a modelবি.সমাৰ্থক শব্দচানেকী · cānekīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ