← ফুৰি যাওক

চান্

cān

অৰ্থ

1.

ঢাকি ধৰ্; পূৰ্ণ কৰ্; বিয়প্; যেনে-"শৰ বৰষিয়া সব চানিলা আকাশ" (মা. ক., লঙ্কাকাণ্ড)

to fill; to cover up

সক. ধা.

সমাৰ্থক শব্দ

2.

চন্; যেনে-"বিষাদৱশে শোকানলে চানিলে হিয়াক" (শ., উত্তৰকাণ্ড)

to envelop

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ