← ফুৰি যাওক

চান্দ্

cānd

অৰ্থ

1.

গোপনে কোনো কাৰ্য্য কৰিবলৈ চল্ চা; ছেগ চা

to seek an opportunity

অক. ধা.

2.

আলচ কৰ্; মনে মনে ভাব্; যেনে-"মোক ৰামে মাৰিবন্ত মনে আছ চান্দি" (মা. ক., অৰণ্যকাণ্ড)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চান্দ্ · অসমীয়া অভিধান