← ফুৰি যাওকচানেকীcānekīঅৰ্থ1.কাপোৰত বাছিবলৈ বা তুলিবলৈ কৰা ফুলৰ আৰ্হিa patternবি.সমাৰ্থক শব্দচানেকি · cāneki2.যি বস্ত্তক চাই আন এটা সজা যায়a modelবি.সমাৰ্থক শব্দচানেকি · cānekiউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ