কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্ম্ম-নষ্ট
সতীত্ব নষ্ট কৰা
violating chastity
- ধৰ্ম্ম-নিৰপেক্ষdharmma-nirapekṣaAdjective
বেলেগ বেলেগ ধৰ্ম্মক সমান ব্যবহাৰ কৰা
secular
- ধৰ্ম্ম-পত্নীNoun
ধৰ্ম্মৰ কাৰণে লোবা পত্নী; "সহধৰ্ম্মিণী" চোবাঁ।
- ধৰ্ম্ম-পথ
ধৰ্ম্মৰ নিয়ম বা সত্য
the path of religion or virtue
- ধৰ্ম্ম-পুত্ৰNoun
ধৰ্ম্ম ৰক্ষাৰ নিমিত্তে পুত্ৰৰূপে গ্ৰহণ কৰা ল'ৰা
- ধৰ্ম্ম-প্ৰচাৰকdharmma-pracārakaNoun
ধৰ্ম্ম প্ৰচাৰ কৰি ফুৰা লোক
missionary
- ধৰ্ম্ম-ভূমি
পুণ্য ঠাই; পবিত্ৰ ঠাই
a sacred place
- ধৰ্ম্ম-ভ্ৰষ্টAdjective
ধৰ্ম্মচ্যুত; ধৰ্ম্ম-এৰা; পাপী
fallen from virtue or religion
- ধৰ্ম্ম-মতNoun
ধৰ্ম্ম-সম্পৰ্কীয় অভিমত
creed
- ধৰ্ম্ম-মূৰ্ত্তিNoun
ধৰ্ম্ম-স্বৰূপ মূৰ্ত্তি; বৰ ধাৰ্ম্মিক-মানুহ; সাক্ষাৎ ধৰ্ম্ম যেন মানুহ; ন্যায়বন্ত লোক
a very pious man
- ধৰ্ম্ম-যুদ্ধ
ন্যায়-যুদ্ধ
a fair combat
- ধৰ্ম্ম-শালাNoun
ৰজাৰ বিচাৰ-ঘৰ
a court of justice
- ধৰ্ম্মঘট
কোনো অসুখ-অসুবিধাৰপৰা মুক্তি পাবৰ কাৰণে বা দৰমহা বঢ়াবৰ কাৰণে শ্ৰমজীবীসকলে গোট খাই গৰাকীৰ ওপৰত হোৰ ধৰি কাম নকৰাকৈ থকা অবস্হা
a strike
- ধৰ্ম্মচক্ৰ
বুদ্ধদেবৰ প্ৰধান উপদেশ চাৰিটি।
- ধৰ্ম্মত্ৰNoun
ধৰ্ম্ম পালন কৰিবলৈ মহন্তক দান কৰা মাটি
land granted to a Mahanta
- ধৰ্ম্মধ্বজীAdjective
বাহিৰে ধাৰ্ম্মিক মানুহৰ চিন লোবা বা আচৰণ কৰা, কিন্ত্ত ভিতৰে অধৰ্ম্মী; যেনে-"এনুবা গোটক ধৰ্ম্মধ্বজী বোলে লোকে"। (মিশ্ৰ-গীতা)
assuming a false piety
- ধৰ্ম্মনিষ্ঠdhor.mo.nis.thoProper Adj.
কোনো ধৰ্মৰ নীতি অনুসৰণ কৰা
conforming to the laws of a faith or religion
- ধৰ্ম্মপালNoun
বিঘিনিৰপৰা ধৰ্ম্ম ৰক্ষা কৰোঁতা
a defender of religion
- ধৰ্ম্মপালকNoun
বিঘিনিৰপৰা ধৰ্ম্ম ৰক্ষা কৰোঁতা
a defender of religion
- ধৰ্ম্মপুত্ৰdhorm.mo.pu.troProper Noun
পঞ্চপাণ্ডৱৰ সবাতোকৈ জেষ্ঠজন৷ এখেতৰ দেৱপিতৃ যমৰাজ আৰু মাক কুন্তী৷
the eldest brother of the Pandavas.