← ফুৰি যাওক

ধৰ্ম্মপালক

অৰ্থ

1.

বিঘিনিৰপৰা ধৰ্ম্ম ৰক্ষা কৰোঁতা

a defender of religion

বি.

সমাৰ্থক শব্দ

2.

বিচাৰ কৰোঁতা

a defender of justice

বি.

সমাৰ্থক শব্দ

3.

ৰজা

a king

বি.

সমাৰ্থক শব্দ

4.

ধৰ্ম্ম- শিক্ষক

a religious instructor

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ