ধৰ্ম্ম-শালা
অৰ্থ
1.
ৰজাৰ বিচাৰ-ঘৰ
a court of justice
বি.
2.
নিৰাশ্ৰয় মানুহক খুবাই-ধুবাই ৰাখিবলৈ ঈশ্বৰৰ সেবা-পূজা বা সত্কৰ্ম্ম সম্পৰ্কে উপদেশ দিয়া শাস্ত্ৰ
a sacred writing; a scripture
বি.
3.
ন্যায়-বিচাৰৰ পুথি; স্মৱতি-শাস্ত্ৰ
a code of Hindu law supposed to be of divine origin
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ