← ফুৰি যাওক

ধৰ্ম্ম-ভ্ৰষ্ট

অৰ্থ

1.

ধৰ্ম্মচ্যুত; ধৰ্ম্ম-এৰা; পাপী

fallen from virtue or religion

বিণ.

2.

আপোনাৰ ধৰ্ম্ম এৰি আনৰ ধৰ্ম্ম লোবা

abandoning one's faith; renegade

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰ্ম্ম-ভ্ৰষ্ট · অসমীয়া অভিধান