← ফুৰি যাওক

ধৰ্ম্মধ্বজী

অৰ্থ

1.

বাহিৰে ধাৰ্ম্মিক মানুহৰ চিন লোবা বা আচৰণ কৰা, কিন্ত্ত ভিতৰে অধৰ্ম্মী; যেনে-"এনুবা গোটক ধৰ্ম্মধ্বজী বোলে লোকে"। (মিশ্ৰ-গীতা)

assuming a false piety

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰ্ম্মধ্বজী · অসমীয়া অভিধান