কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাড়িকাnāṛikāNoun
এক দণ্ড সময়, যেনে-"পোদ্ধৰ লঘুবেঃ নাড়িকা হোবায়; নাড়িকাক বোলে দণ্ড" (তৱতীয় স্কন্ধ)।
- নাড়ীnāṛīNoun
গাৰ তেজ চলা সিৰ
a vein
- নাড়ী-কপটীয়া
অন্তৰত কপট ৰখা লোক
one insincere at heart
- নাড়ী-চক্ৰ
শৰীৰ মেৰাই থকা নাড়ীসমূহ [ইড়া, পিঙ্গলা, সুষুম্না, পৰমা, গান্ধাৰী, হস্তি, জিহ্বা, পূবা; সূষশা, অলম্বুষা, কুছ, অশ্বিনী, লোল-জিহ্বা, বিজয়া, কামদা, অমৱতা, বহুলা, এই
- নাড়ী-জ্ঞানNoun
হাতৰ নাড়ী টিপি চাই শৰীৰৰ অবস্হা নিৰ্ণয় কৰা জ্ঞান
the skill of feeling the pulse
- নাড়ীবেগna.ri.begAbstract Noun
Rythmic throbbing of the arteries as blood is propelled through them, normally measured in the wrist, which gives the rate of heart beat
- নাড়ীভুঁৰিna.ri.bh~u.riProper Noun
মানুহ বা জন্তুৰ পেটৰ ভিতৰত থকা খাদ্যনলীবোৰ ৷
The internal organs of a person or animal collectively, especially those in the abdominal cavity.
- নায়nayMaterial Noun
কেঁচুৱা জন্মৰ সময়ত মাকৰ সৈতে সংযোগী নাড়িডাল কটাৰ পাছত পেটত সোঁমাজত থাকি যোৱা সৰু, ঘুৰণীয়া অংশ
the small round part in the middle of the stomach which is left after the umbilical cord ( long tube of flesh joining the baby to its mother) has been cut at birth.
- নায়কnāẏakaNoun
আনক চলোবা মানুহ; নেতা; গুৰিয়াল
a leader
- নায়কত্বna.yo.kot.twoAbstract Noun
এজন নেতাৰ পদবী বা স্থান; নেতা হোৱাৰ দক্ষতা বা সামৰ্থ্য।
the position or office of a leader; capacity or ability to lead.
- নায়িকাna.yi.kaCommon Noun
নাটক বা চলচিত্ৰ এখনৰ মূল নাৰী চৰিত্ৰ
the principal female character of a play or cinema
- নাৰnāraAdjective
নষ্ট; ভ্ৰষ্ট; চুবা
spoiled; defiled
- নাৰকল্Common Noun
এবিধ তাল জাতিৰ গছ আৰু তাৰ ফল
the large, hard-shelled seed of the coconut palm, lined with a white edible meat, and containing a milky liquid.
- নাৰকীnārakīAdjective
নৰকী; নৰকৰ যোগ্য
sinful; deserving hell
- নাৰকীয়na.ro.ki.yoProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- নাৰদnāradaNoun
ব্ৰহ্মাৰ পুতেক; দহজনা দেবৰ্ষিৰ এজনা প্ৰসিদ্ধ ঋষি [এওঁ বীণা যন্ত্ৰৰ সৱষ্টি কৰিছিল।]
the name of a divine saint; son of Bramhā
- নাৰদ নাম্
শুভ কাৰ্য্যত হঠাতে বিঘিনি বা অমঙ্গল ঘটা
to happen something inauspicious
- নাৰদালিNoun
নাৰদ মুনিৰ দৰে টুটকীয়াৰ স্বভাব বা গুণ
the character of a tale-bearer
- নাৰদী
নাৰদৰ দৰে টুটকীয়া তিৰী; টুটকী
- নাৰদী সম্প্ৰদায়nāradī, sampradāẏaNoun
এটা মহাপুৰুষীয়া সম্প্ৰদায়
a sect of worshippers of Viṣṇu