← ফুৰি যাওকনাড়ীnāṛīঅৰ্থ1.গাৰ তেজ চলা সিৰa veinবি.সমাৰ্থক শব্দনাড়ি · nāṛi2.পেটৰ ভূঁৰুৰ লগত সংযোগ থকা নলাthe intestinal canalবি.সমাৰ্থক শব্দনাড়ি · nāṛi3.বায়ু, পিত্ত, কফ আদিৰ অবস্হা বুজোবা সিৰpulseবি.সমাৰ্থক শব্দনাড়ি · nāṛiউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ