← ফুৰি যাওক

নাৰ

nāra

অৰ্থ

1.

নষ্ট; ভ্ৰষ্ট; চুবা

spoiled; defiled

বিণ.

2.

বাত মাছৰ সমান এবিধ মাছ

a kind of small fish; Labeo angra

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নাৰ · অসমীয়া অভিধান