নাৰদী
অৰ্থ
1.
নাৰদৰ দৰে টুটকীয়া তিৰী; টুটকী
2.
এখন পুৰাণৰ নাম; বৱহন্নাৰদীয়-পুৰাণ; বি. নাৰদীয়া বি. নাৰদৰ দৰে টুটকীয়া মুনিহ
a tale-bearer
3.
টুটকীয়া কথা কৈ দন্দ লগোবা (মুনিহ বা তিৰী)
tale bearing
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ