← ফুৰি যাওক

নায়ক

nāẏaka

অৰ্থ

1.

আনক চলোবা মানুহ; নেতা; গুৰিয়াল

a leader

বি.

2.

কাব্য আদিৰ প্ৰধান পুৰুষ

the hero of a drama; epic, etc.

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নায়ক · অসমীয়া অভিধান