কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাৰবাজীkhar.ba.jiProper Noun
ফটকা, ফুলজাৰি, হিলৈ আদি জুই ওলোৱা খাৰ-বাৰুদৰ খেল; বিশেষতঃ আনন্দ বা বিজয় উতসৱ আদিত পালন কৰা হয়|
A device with an explosive that burns at a low rate and with coloured flames; can be used to illuminate areas or send signals etc.
- খাৰমাছ কৰ্khāramācha, kar
চূণ-খাৰ কৰ্; নষ্ট কৰ্; শেষ কৰ্
to destroy; to finish
- খাৰলিkhāraliNoun
বটা সৰিয়হত লোণ আৰু খাৰণি মিহলাই কৰা এবিধ ভাতৰ লগত খোবা চাটনি
a kind of sauce made of powdered mustard mixed with salt and solution of potash
- খাৰলি-পাতkhārali-pātaNoun
আগ কটা কলা-পাত
a plantain leaf with the top end cut off
- খাৰা কৰ্kha.ra korVerb-Trans.
আঠুৱা,পাল, চন্দ্ৰতাপ আদি সাজু কৰি দে৷ উলম্বভাৱে প্ৰতিষ্ঠা কৰ্
to raise and set in an upright or vertical position
- খাৰাংখাচkhārāṅkhācaAdjective
স্পষ্ট
rough
- খাৰাপkhārāpaAdjective
বেয়া; মন্দ
bad; improper
- খাৰিkhāriNoun
কৰ; হাত-ভৰি আদিত ঘঁহনি খাই কাঠ বন্ধা; চিন; যেনে-"এষে খাড়ী বান্ধিলেক সেহি কৰতল" (বিৰাটপৰ্ব্ব)
a corn
- খাৰি বান্ধ্, খাৰি বন্ধ যাkhāri, bāndh, khāri, bandha, yā
মনত সংস্কাৰ বা ধাৰণা বহ্; নেপাহৰাকৈ মনত লাগি ধৰ্; যেনে-"সদায় দেখি শুনি থকা কথাই মনত খাৰি বান্ধে; "
to be impressed permanently
- খাৰিজkhārijaAdjective
সলনি কৰা; এটা কাটি বা গুচাই আন এটা লিখা; যেনে-"পট্টাৰ নাম খাৰিজ কৰিলে"
mutated; changed
- খাৰিজ-দাখিলkhārija-dākhilaAdjective
নাম খাৰিজৰ প্ৰাৰ্থনা কৰি আদালতত দিয়া; যেনে-"খাৰিজ-দাখিল দৰ্খাস্ত বা মোকৰ্দ্দমা"
relating to mutation
- খাৰুkhāruNoun
হাতত মেৰাই পিন্ধা এবিধ অলঙ্কাৰ; কঙ্কণ
a bracelet
- খাৰুবাkhārubāAdjective
খাৰ-মিহলি; খাৰে ধৰা; যেনে-"খাৰুবা পানী বা মাটি।"
- খাৰুৱাkha.ru.waProper Adj.
ক্ষাৰৰ গুণযুক্ত বা খাৰৰ নিচিনা
having the properties of an alkali
- খাৰুৱা তেলkha.ru.wa telMaterial Noun
কলা বা ডাঠ মাটি ৰঙৰ জৈৱ পদাৰ্থৰ পৰা সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক তেল৷
a dark oil formed from fossilified organic matter and accumulated in porous rocks consisting mainly of hydrocarbons
- খাৰে ধৰ্khāre, dhar
মাটিত খাৰৰ গুণ থকা কাৰণে শ্ৰীহীন হ বা মৰি যা (উদ্ভিদ); যেনে-"শাকডৰাত খাৰে ধৰিলে"
to be diseased owing to prevalence of too much alkali potash in the soil (said of vegetable)
- খাৰৈProper Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District.
- খাৰ্চাkhārcāNoun
অলপ খাৰৰ সোবাদ থকা
having an alkali taste
- খাৰ্ছাইkhārchāiNoun
বেশ্যা।
- খাৱনkha.wonVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.