← ফুৰি যাওক

খাৰি বান্ধ্, খাৰি বন্ধ যা

khāri, bāndh, khāri, bandha, yā

অৰ্থ

1.

মনত সংস্কাৰ বা ধাৰণা বহ্; নেপাহৰাকৈ মনত লাগি ধৰ্; যেনে-"সদায় দেখি শুনি থকা কথাই মনত খাৰি বান্ধে; "

to be impressed permanently

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ