← ফুৰি যাওক

খাৰি

khāri

অৰ্থ

1.

কৰ; হাত-ভৰি আদিত ঘঁহনি খাই কাঠ বন্ধা; চিন; যেনে-"এষে খাড়ী বান্ধিলেক সেহি কৰতল" (বিৰাটপৰ্ব্ব)

a corn

বি.

সমাৰ্থক শব্দ

2.

আঘাত বা ঘাৰ চিন্; যেনে-"এমনে মাৰিবো যেন গাবে ৰহে খাড়ী" (বৰগীত)

a scar

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাৰি · অসমীয়া অভিধান