খাৰিজ
khārija
অৰ্থ
1.
সলনি কৰা; এটা কাটি বা গুচাই আন এটা লিখা; যেনে-"পট্টাৰ নাম খাৰিজ কৰিলে"
mutated; changed
বিণ.
2.
(বিচাৰ নকৰাকৈ) কাটি বা গুচাই পেলোবা (গোচৰ আদি); যেনে-"মোকৰ্দ্দমাৰ নম্বৰ খাৰিজ হ'ল
struck off
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ