কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যোগাৰ
আয়োজন
the act of preparing or making ready
- যোগাৰ কৰ্jo`.gar korVerb-Trans.
to make something available by managing the source and logistics to bring it to the required location and time.
- যোগাৰ-যন্ত্ৰjo`.gar-jon.troMaterial Noun
কোনো কাম কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ-পাতি অথবা তাৰ আনুসাংগিক সৰু যন্ত্ৰ ৷
An article, such as a hammer, saw, or spade, that is used by hand to help do a particular type of work.
- যোগাৰুঢ়yogāruṛhaAdjective
যোগত উঠা; আসক্তিহীন; মুক্ত; যেনে-"যোগাৰুঢ় বুলি তাক জানিবা" (মিশ্ৰ-গীতা)। যোগাৰুঢ়ৰ লক্ষণ সৰাতো ঈশ্বৰ বুদ্ধি; অনাসক্তি।
- যোগিনীyoginīNoun
যোগ কৰা তিৰোতা
a female Yogi
- যোগিনী-তন্ত্ৰyoginī-tantraNoun
শাক্ত তন্ত্ৰ-বিশেষৰ নাম; কামৰূপৰ পুৰণি কথা থকা এখন সংস্কৱত তন্ত্ৰ-শাস্ত্ৰ।
- যোগিনীতন্ত্ৰy`o.gi.ni ton.troProper Noun
ষষ্ঠদশ শতিকাত অসমত ৰচিত শিৱ-পাৰ্ৱতী সম্পৰ্কীয় তন্ত্ৰ-মন্ত্ৰৰ কিতাপ| ভালেখিনি ঐতিহাসিক সমলো আছে৷
A 16th-century tantric text by an unknown author from Assam, India and dedicated to the worship of Hindu goddesses Kali and Kamakhya. Apart from religious and philosophical themes, this voluminous tantra contains some historical information.
- যোগীyogīNoun
যোগৰত ব্যক্তি; আন কৰ্ম্ম এৰি সদায় ঈশ্বৰক ধিয়াই থকা মানুহ
a devotee always engaged in meditation
- যোগীন্দ্ৰjo`.gin.droProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- যোগীলাওjo`.gi.lao`Common Noun
পশ্চিম বঙ্গৰ লোক সংগীতত ব্যৱহৃত একতাৰা নামৰ বাদ্য ইয়াৰ পৰাই তৈয়াৰ কৰে৷
Crescentia cujete, commonly known as the Calabash Tree, is species of flowering plant that is native to Central and South America. It is the national tree of St. Lucia.
- যোগেyogeIndeclinable
দ্বাৰায়; 'মাৰ্ফত' অৰ্থে; যেনে-"শ্ৰীৰামচন্দ্ৰৰ কটকী যোগে পত্ৰ প্ৰেৰণ" (বুৰঞ্জী)।
- যোগেন্দ্ৰyogendraNoun
মহাযোগী; কৱষ্ণ; শিব
a great Yogī Śiva; Visnu
- যোগেশyogeśaNoun
মহাযোগী; কৱষ্ণ; শিব
a great Yogī Śiva; Visnu
- যোগেশ্বৰyogeśbaraNoun
মহাযোগী; কৱষ্ণ; শিব
a great Yogī Śiva; Visnu
- যোগোবাAdjective
যোগ-নিয়াৰে আনি দিয়া
supplied by an appointed supplier
- যোগোবাyogobāNoun
"যোগনিয়াৰ" চোবাঁ।
- যোগোযোগyogoyogaNoun
মিলন আদি; সম্বন্ধ; সংশ্ৰব।
- যোগ্যyogyaAdjective
উপযুক্ত
fit; deserving
- যোগ্য হVerb-Trans.
কোনো কাম কৰিবলৈ প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰ্
To succeed in fulfilling the requirement for certain job.
- যোগ্যতাjo’.gyo.taAbstract Noun
কোনো কাৰ্য্য কৰিব পৰা শক্তি বা গুণ
power or talent to do some task