← ফুৰি যাওক

যোগে

yoge

অৰ্থ

1.

দ্বাৰায়; 'মাৰ্ফত' অৰ্থে; যেনে-"শ্ৰীৰামচন্দ্ৰৰ কটকী যোগে পত্ৰ প্ৰেৰণ" (বুৰঞ্জী)।

অব্য.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যোগে · অসমীয়া অভিধান