যোগ্যতা
jo’.gyo.ta
অৰ্থ
1.
কোনো কাৰ্য্য কৰিব পৰা শক্তি বা গুণ
power or talent to do some task
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
কোনো পদ বা কাৰ্য্যৰ বাবে যোগ্য বিবেচিত হ’বৰ কাৰণে প্ৰয়োজনীয় দক্ষতা
Accomplishments that makes a person suitable for a position or purpose
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ