← ফুৰি যাওক

যোগিনী

yoginī

অৰ্থ

1.

যোগ কৰা তিৰোতা

a female Yogi

বি.

2.

দুৰ্গাৰ লগত থকা পৰিচাৰিকা

a female attendant of Durgā

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ