← ফুৰি যাওক

যোগেশ

yogeśa

অৰ্থ

1.

মহাযোগী; কৱষ্ণ; শিব

a great Yogī Śiva; Visnu

বি.

সমাৰ্থক শব্দ

2.

শুক মুনি; যেনে -"জয়তি যোগেন্দ্ৰ শুক মুনি মহামতি" (তৱতীয় স্কন্ধ)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ